1 line
977 B
Plaintext
1 line
977 B
Plaintext
\v 13 যিহোৱাই তেতিয়া অব্ৰাহামক ক’লে, ‘মই বুঢ়ীয়ে জানো সচাঁকৈয়ে এটি পুত্ৰ প্ৰসৱ কৰিম! এই কথা কৈ কেলেই হাঁহিলে চাৰাই ?’ \v 14 যিহোৱাৰ ওচৰত দুঃসাধ্য বুলি জানো কিবা আছে? বসন্তকালত, মই নিৰূপণ কৰা সময়ত মই তোমাৰ ওচৰলৈ আকৌ আহিম। অহা বছৰ প্রায় এই সময়তে চাৰাৰ এটি পুত্ৰ হ’ব।” \v 15 চাৰাই তেতিয়া ভয় খাই আসৈ মাতি ক’লে, “নাই, মই হঁহা নাছিলো”; কিন্তু যিহোৱাই ক’লে, “নহয়, তুমি হাঁহিছিলা।” |