as_gen_text_ulb/02/11.txt

1 line
483 B
Plaintext
Raw Normal View History

\v 11 প্ৰথম নৈৰ নাম পীচোন; এই নদীখন সমুদায় হবীলা দেশকে ঘেৰি বৈ গৈছে; এই দেশত সোণ পোৱা যায়। \v 12 সেই দেশৰ সোণ উত্তম; গুগুলু \f + \ftমূল্যৱান পাথৰ (Bdelliul)\f* আৰু বহুৰঙী মূল্যৱান পাথৰো \f + \ft (Onyx)\f* পোৱা যায়।