2021-07-22 21:01:23 +00:00
|
|
|
\v 4 এয়াই হৈছে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰা বিবৰণ। ঈশ্বৰ যিহোৱাই যিদিনা পৃথিৱী আৰু আকাশ-মণ্ডল নিৰ্মাণ কৰিলে, সেই কালৰ ঘটনাৰ বিৱৰণ এই। \v 5 তেতিয়াও পৃথিবীৰ পথাৰত একো তৃণ আদি নাছিল; পথাৰত কোনো শস্যদায়ী গছ গজা নাছিল; কিয়নো তেতিয়াও ঈশ্বৰ যিহোৱাই পৃথিবীত বৰষুণ বৰষোৱা নাছিল আৰু মাটি চহাবৰ কাৰণে মানুহো নাছিল। \v 6 কিন্তু পৃথিবীৰ পৰা এক ঘন কুঁৱলী \f + \ft জলস্রোত \f* উঠি আহিল আৰু গোটেই ভূমি ভিজালে।
|