JER, LAM, EZK updates
This commit is contained in:
parent
26ee87db6e
commit
b30bb2a68b
4130
24-JER.usfm
4130
24-JER.usfm
File diff suppressed because it is too large
Load Diff
758
25-LAM.usfm
758
25-LAM.usfm
|
@ -1,525 +1,517 @@
|
|||
\id LAM
|
||||
\ide UTF-8
|
||||
\sts Lamentation
|
||||
\h যিৰিমিয়াৰ বিলাপ
|
||||
\toc1 যিৰিমিয়াৰ বিলাপ
|
||||
\toc2 যিৰিমিয়াৰ বিলাপ
|
||||
\h বিলাপ
|
||||
\toc1 বিলাপ
|
||||
\toc2 বিলাপ
|
||||
\toc3 lam
|
||||
\mt1 যিৰিমিয়াৰ বিলাপ
|
||||
|
||||
\mt1 বিলাপ
|
||||
|
||||
\s5
|
||||
\c 1
|
||||
\s যিৰূচালেমৰ দুখভোগ।
|
||||
\p
|
||||
\q
|
||||
\v 1 যি নগৰ এক সময়ত প্ৰজাৰে পৰিপূৰ্ণ আছিল, সেই নগৰ এতিয়া কেনে অকলশৰীয়া হৈ ৰৈ আছে!
|
||||
\q যদিও তাই জাতি সমূহৰ মাজত ক্ষমতাশালী আছিল, তথাপি তাই বিধৱাৰ দৰে হ’ল!
|
||||
\q প্ৰদেশবোৰৰ মাজত তাই ৰাণী আছিল, কিন্তু এতিয়া দাসত্ৱৰ অধীন হ’ল!
|
||||
\q
|
||||
\q1
|
||||
\v 1 যি যিৰূচালেম নগৰ এসময়ত প্ৰজাৰে পৰিপূৰ্ণ আছিল, সেই নগৰ এতিয়া কেনে অকলশৰীয়া হৈ ৰৈ আছে!
|
||||
\q1 দিও তাই জাতি সমূহৰ মাজত ক্ষমতাশালী আছিল, তথাপি তাই বিধৱাৰ দৰে হ’ল!
|
||||
\q1 প্ৰদেশবোৰৰ মাজত তাই ৰাণী আছিল, কিন্তু এতিয়া দাসত্বৰ অধীন হ’ল!
|
||||
\q1
|
||||
\v 2 তাই ৰাতি উচুপি বিলাপ কৰে আৰু তাইৰ চকুৰ পানী গালেৰে বৈ যায়।
|
||||
\q তাইৰ প্ৰেমিক সকলৰ মাজত তাইক শান্ত্বনা দিবলৈ কোনো নাই।
|
||||
\q তাইৰ সকলো বন্ধুৱে তাইক বিশ্বাস-ঘাতকতা কৰিলে। তেওঁলোক তাইৰ শত্ৰু হ’ল।
|
||||
\q
|
||||
\q1 তাইৰ প্ৰেমিক সকলৰ মাজত তাইক শান্তনা দিবলৈ কোনো নাই।
|
||||
\q1 তাইৰ সকলো বন্ধুৱে তাইক বিশ্বাসঘাতকতা কৰিলে। তেওঁলোক তাইৰ শত্ৰু হল।
|
||||
\s5
|
||||
\v 3 দৰিদ্রতা আৰু ক্লেশ-ভোগ কৰাৰ পাছত যিহূদা বন্দীত্ৱত গ’ল।
|
||||
\q তাই কোনো বিশ্ৰাম নোপোৱাকৈ সকলো জাতিৰ মাজত বাস কৰি আছে।
|
||||
\q তাই হতাশ হোৱাত তাইৰ শত্রু সকলে তাইক আক্রান্ত কৰিলে।
|
||||
\q
|
||||
\q1
|
||||
\v 3 দৰিদ্রতা আৰু ক্লেশভোগ কৰাৰ পাছত যিহূদা বন্দীত্বত গল।
|
||||
\q1 তাই কোনো বিশ্ৰাম নোপোৱাকৈ সকলো জাতিৰ মাজত বাস কৰি আছে।
|
||||
\q1 তাই হতাশ হোৱাত তাইৰ শত্রু সকলে তাইক আক্রান্ত কৰিলে।
|
||||
\s5
|
||||
\v 4 নিৰ্ধাৰিত পৰ্ব্বলৈ কোনো নোযোৱাত, চিয়োনৰ পথবোৰে শোক কৰিছে।
|
||||
\q তাইৰ আটাই দুৱাৰ অৱহেলিত হ’ল। তাইৰ পুৰোহিতসকলে দুখত কেঁকাই আছে।
|
||||
\q তাইৰ কুমাৰীসকল শোকত আছে আৰু নিজেও অতি বেজাৰত আছে।
|
||||
\q
|
||||
\q1
|
||||
\v 4 নিৰ্ধাৰিত পৰ্ব্বলৈ কোনো নোযোৱাত, চিয়োনৰ পথবোৰে শোক কৰিছে।
|
||||
\q1 তাইৰ আটাই দুৱাৰ অৱহেলিত হ’ল। তাইৰ পুৰোহিতসকলে দুখত কেঁকাই আছে।
|
||||
\q1 তাইৰ কুমাৰীসকল শোকত আছে আৰু নিজেও অতি বেজাৰত আছে।
|
||||
\q1
|
||||
\v 5 তাইৰ শত্ৰুবোৰ, তাইৰ প্রভু হ’ল; আৰু তেওঁলোকৰ উন্নতি হ’ল।
|
||||
\q কিয়নো তাইৰ অপৰাধ অধিক হোৱা কাৰণে যিহোৱাই তাইক ক্লেশ দিলে।
|
||||
\q তাইৰ শিশুসকল শত্ৰুৰ হাতত বন্দী-অৱস্থালৈ গ’ল।
|
||||
\q
|
||||
\q1 কিয়নো তাইৰ অপৰাধ অধিক হোৱা কাৰণে যিহোৱাই তাইক ক্লেশ দিলে।
|
||||
\q1 তাইৰ শিশুসকল শত্ৰুৰ হাতত বন্দী অৱস্থালৈ গল।
|
||||
\s5
|
||||
\v 6 আৰু চিয়োন-জীয়াৰীৰ সৌন্দৰ্য্যই তাইক ত্যাগ কৰিলে।
|
||||
\q তাইৰ ৰাজকুমাৰসকল চৰণীয়া ঠাই নোপোৱা হৰিণৰ দৰে হ’ল,
|
||||
\q আৰু শক্তিহীন হৈ খেদি নিয়া শত্রুৰ আগে আগে গ’ল।
|
||||
\q
|
||||
\q1
|
||||
\v 6 আৰু চিয়োন জীয়াৰীৰ সৌন্দৰ্য্যই তাইক ত্যাগ কৰিলে।
|
||||
\q1 তাইৰ ৰাজকুমাৰসকল চৰণীয়া ঠাই নোপোৱা হৰিণৰ দৰে হ’ল,
|
||||
\q1 আৰু শক্তিহীন হৈ খেদি নিয়া শত্রুৰ আগে আগে গল।
|
||||
\s5
|
||||
\q1
|
||||
\v 7 যিৰূচালেমে নিজৰ দুখ আৰু কষ্টৰ দিনত,
|
||||
\p পূৰ্ব্বকালৰ নিজৰ সকলো মনোহৰ বস্তুবোৰৰ বিষয়ে সোঁৱৰণ কৰিছে।
|
||||
\q যেতিয়া তাইৰ প্ৰজাসকল শত্ৰুৰ হাতত পৰিল, তেতিয়া কোনেও তাইক সহায় নকৰিলে।
|
||||
\q শত্ৰুবোৰে তাইৰ ধ্বংস হোৱা অৱস্থা দেখি উপহাস কৰিলে।
|
||||
\q
|
||||
\p পূৰ্বকালৰ নিজৰ সকলো মনোহৰ বস্তুবোৰৰ বিষয়ে সোঁৱৰণ কৰিছে।
|
||||
\q1 যেতিয়া তাইৰ প্ৰজাসকল শত্ৰুৰ হাতত পৰিল, তেতিয়া কোনেও তাইক সহায় নকৰিলে।
|
||||
\q1 শত্ৰুবোৰে তাইৰ ধ্বংস হোৱা অৱস্থা দেখি উপহাস কৰিলে।
|
||||
\s5
|
||||
\v 8 যিৰূচালেমে অতিশয় পাপ কৰিলে; এই কাৰণে তাই অশুচি বস্তু যেন হ’ল।
|
||||
\q তাইৰ সন্মানকাৰীসকলে তাইৰ উলঙ্গতা দেখি তাইক তুচ্ছজ্ঞান কৰিলে।
|
||||
\q তাই দুখেৰে কেঁকাই পাছফালে মুখ ঘূৰায়।
|
||||
\q
|
||||
\q1
|
||||
\v 8 যিৰূচালেমে অতিশয় পাপ কৰিলে; এই কাৰণে তাই অশুচি বস্তু যেন হল।
|
||||
\q1 তাইৰ সন্মানকাৰীসকলে তাইৰ উলঙ্গতা দেখি তাইক তুচ্ছ জ্ঞান কৰিলে।
|
||||
\q1 তাই দুখেৰে কেঁকাই পাছফালে মুখ ঘূৰায়।
|
||||
\q1
|
||||
\v 9 তাইৰ চুৱা, তাইৰ কাপোৰৰ আঁচলত লাগি আছে। তাই নিজৰ শেষ গতিলৈ মন নকৰিলে।
|
||||
\q এই কাৰণে আচৰিতৰূপে তাইৰ অধোগতি হ’ল। তাইক শান্ত্বনা দিওঁতা কোনো নাই।
|
||||
\q হে যিহোৱা, মোৰ ক্লেশলৈ দৃষ্টি কৰক, কাৰণ শত্ৰু অতি মহান হ’ল!
|
||||
\q
|
||||
\q1 এই কাৰণে আচৰিতৰূপে তাইৰ অধোগতি হ’ল। তাইক শান্তনা দিওঁতা কোনো নাই।
|
||||
\q1 হে যিহোৱা, মোৰ ক্লেশলৈ দৃষ্টি কৰা, কাৰণ শত্ৰু অতি মহান হ’ল!
|
||||
\s5
|
||||
\q1
|
||||
\v 10 শত্ৰুৱে তাইৰ আটাই মনোহৰ বস্তুবোৰৰ ওপৰত হাত দিলে।
|
||||
\q যি জাতিবোৰক আপোনাৰ সমাজত সোমাবলৈ আপুনি নিষেধ কৰিছিল,
|
||||
\q তাই সেই জাতিবোৰক তাইৰ পবিত্ৰ স্থানত প্ৰৱেশ কৰা দেখিলে।
|
||||
\q
|
||||
\q1 যি জাতিবোৰক তোমাৰ সমাজত সোমাবলৈ তুমি নিষেধ কৰিছিলা,
|
||||
\q1 তাই সেই জাতিবোৰক তাইৰ পবিত্ৰ স্থানত প্ৰৱেশ কৰা দেখিলে।
|
||||
\s5
|
||||
\q1
|
||||
\v 11 তাইৰ সকলো প্ৰজাই অন্ন বিচাৰি দুখত কেঁকাই আছে।
|
||||
\q তেওঁলোকে আহাৰ খাই পুনৰ জীৱন প্রতিষ্ঠা কৰিবলৈ নিজ নিজ মনোহৰ বস্তুবোৰ দিলে।
|
||||
\q হে যিহোৱা, চাওঁক আৰু মোৰ বিষয়ে বিবেচনা কৰক, কিয়নো মই অযোগ্য হ’লো।
|
||||
\q
|
||||
\v 12 হে বাটৰুৱাসকল, এয়ে তোমালোকৰ দৃষ্টিত একোকে নহয় নে?
|
||||
\q বিচাৰ কৰা আৰু চোৱা, মোলৈ কৰা মোৰ এই দুখৰ নিচিনা আৰু দুখ হ’ব পাৰেনে?
|
||||
\q কিয়নো যিহোৱাই নিজৰ প্ৰচণ্ড ক্ৰোধৰ দিনা মোক যন্ত্ৰণা দিলে।
|
||||
\q
|
||||
\q1 তেওঁলোকে আহাৰ খাই পুনৰ জীৱন প্রতিষ্ঠা কৰিবলৈ নিজ নিজ মনোহৰ বস্তুবোৰ দিলে।
|
||||
\q1 হে যিহোৱা, চোৱাঁ আৰু মোৰ বিষয়ে বিবেচনা কৰা, কিয়নো মই অযোগ্য হলো।
|
||||
\q1
|
||||
\v 12 হে বাটৰুৱাসকল, এয়ে তোমালোকৰ দৃষ্টিত একোকে নহয় নে?
|
||||
\q1 বিচাৰ কৰা আৰু চোৱা, মোলৈ কৰা মোৰ এই দুখৰ নিচিনা আৰু দুখ হব পাৰেনে?
|
||||
\q1 কিয়নো যিহোৱাই নিজৰ প্ৰচণ্ড ক্ৰোধৰ দিনা মোক যন্ত্ৰণা দিলে।
|
||||
\s5
|
||||
\v 13 তেওঁ ওপৰৰ পৰা মোৰ হাড়বোৰৰ মাজলৈ অগ্নি পঠিয়ালে আৰু সেয়ে হাড়বোৰক জ্ৱলাই পেলালে।
|
||||
\q তেওঁ মোৰ ভৰিত জাল পাতিলে আৰু মোক ঘূৰাই আনিলে।
|
||||
\q তেওঁ মোক সঘনাই পৰিত্যক্ত আৰু শক্তিহীন কৰিলে।
|
||||
\q
|
||||
\v 14 মোৰ অপৰাধৰূপ যূঁৱলি, তেওঁৰ হাতেৰে বন্ধা হ’ল।
|
||||
\q সেইবোৰক একেলগে গোঁঠি মোৰ ডিঙিত পিন্ধাই দিয়া হ’ল। তেওঁ মোক শক্তিহীন কৰিলে।
|
||||
\q যি সকলৰ বিৰুদ্ধে মই থিয় হ’ব নোৱাৰোঁ, তেওঁলোকৰ হাতত যিহোৱাই মোক সমৰ্পণ কৰিলে।
|
||||
\q
|
||||
\q1
|
||||
\v 13 তেওঁ ওপৰৰ পৰা মোৰ হাড়বোৰৰ মাজলৈ অগ্নি পঠিয়ালে আৰু সেয়ে হাড়বোৰক জ্ৱলাই পেলালে।
|
||||
\q1 তেওঁ মোৰ ভৰিত জাল পাতিলে আৰু মোক ঘূৰাই আনিলে।
|
||||
\q1 তেওঁ মোক সঘনাই পৰিত্যক্ত আৰু শক্তিহীন কৰিলে।
|
||||
\q1
|
||||
\v 14 মোৰ অপৰাধৰূপ যুঁৱলি, তেওঁৰ হাতেৰে বন্ধা হ’ল।
|
||||
\q1 সেইবোৰক একেলগে গাথি মোৰ ডিঙিত পিন্ধাই দিয়া হ’ল। তেওঁ মোক শক্তিহীন কৰিলে।
|
||||
\q1 যি সকলৰ বিৰুদ্ধে মই থিয় হব নোৱাৰোঁ, তেওঁলোকৰ হাতত যিহোৱাই মোক সমৰ্পণ কৰিলে।
|
||||
\s5
|
||||
\q1
|
||||
\v 15 মোক ৰক্ষা কৰা মোৰ আটাই বীৰকে প্ৰভুৱে তুচ্ছ কৰিলে।
|
||||
\q তেওঁ মোৰ বলৱান লোকসকলক গুৰি কৰিবলৈ মোৰ অহিতে এখন সভা আহ্বান কৰিলে।
|
||||
\q প্ৰভুৱে মোৰ যিহূদা-জীয়াৰীক দ্ৰাক্ষাকুণ্ডত গচকা দি গচকিলে।
|
||||
\q
|
||||
\q1 তেওঁ মোৰ বলৱান লোকসকলক গুৰি কৰিবলৈ মোৰ অহিতে এখন সভা আহ্বান কৰিলে।
|
||||
\q1 প্ৰভুৱে মোৰ যিহূদা জীয়াৰীক দ্ৰাক্ষাকুণ্ডত গচকা দি গচকিলে।
|
||||
\s5
|
||||
\q1
|
||||
\v 16 এইবোৰ কথাৰ কাৰণে মই কান্দিছোঁ। মোৰ চকুৰ পৰা পানী বৈ গৈছে;
|
||||
\q কিয়নো মোৰ প্ৰাণ জুৰাব পৰা শান্ত্বনাকাৰীজন মোৰ পৰা আঁতৰত আছে।
|
||||
\q শত্ৰু জয়ী হোৱাত মোৰ সন্তানসকল অৱহেলিত হ’ল।
|
||||
\q
|
||||
\v 17 চিয়োনে বহলকৈ হাত মেলিছে; তাইক শান্তনা দিবলৈ কোনো নাই।
|
||||
\q যাকোবৰ চাৰিওফালে থকা লোকসকলক, তাইৰ শত্ৰু হ’বলৈ যিহোৱাই আজ্ঞা দিছে।
|
||||
\q তেওঁলোকৰ মাজত যিৰূচালেম অশুচি বস্তু যেন হ’ল।
|
||||
\q
|
||||
\q1 কিয়নো মোৰ প্ৰাণ জুৰাব পৰা শান্তনাকাৰী জন মোৰ পৰা আঁতৰত আছে।
|
||||
\q1 শত্ৰু জয়ী হোৱাত মোৰ সন্তান সকল অৱহেলিত হ’ল।
|
||||
\q1
|
||||
\v 17 চিয়োনে সহায়ৰ বাবে বহলকৈ হাত মেলিছে; তাইক শান্তনা দিবলৈ কোনো নাই।
|
||||
\q1 যাকোবৰ চাৰিওফালে থকা লোকসকলক, তাইৰ শত্ৰু হবলৈ যিহোৱাই আজ্ঞা দিছে।
|
||||
\q1 তেওঁলোকৰ মাজত যিৰূচালেম অশুচি বস্তু যেন হ’ল।
|
||||
\s5
|
||||
\v 18 যিহোৱা ধাৰ্ম্মিক, কিয়নো মই তেওঁৰ আজ্ঞাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলোঁ।
|
||||
\q হে জাতি সমূহ শুনা, মই তোমালোকক বিনয় কৰোঁ আৰু মোৰ দুখলৈ মন কৰা।
|
||||
\q মোৰ যুৱতী আৰু বীৰসকল বন্দী অৱস্থালৈ গ’ল।
|
||||
\q
|
||||
\v 19 মই মোৰ প্ৰেমকাৰীসকলক মাতিলোঁ, কিন্তু তেওঁলোক মোৰ প্রতি বিশ্ৱাস-ঘাতক হ’ল।
|
||||
\q যেতিয়া নিজ প্ৰাণ ৰক্ষা কৰিবৰ বাবে তেওঁলোকে আহাৰ বিচাৰিছিল;
|
||||
\q তেতিয়া মোৰ পুৰোহিত আৰু পৰিচাৰক সমূহে নগৰত প্ৰাণ ত্যাগ কৰিলে।
|
||||
\q
|
||||
\q1
|
||||
\v 18 যিহোৱা ধাৰ্মিক, কিয়নো মই তেওঁৰ আজ্ঞাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলোঁ।
|
||||
\q1 হে জাতি সমূহ শুনা, মই তোমালোকক বিনয় কৰোঁ আৰু মোৰ দুখলৈ মন কৰা।
|
||||
\q1 মোৰ যুৱতী আৰু বীৰসকল বন্দী অৱস্থালৈ গ’ল।
|
||||
\q1
|
||||
\v 19 মই মোৰ প্ৰেমকাৰীসকলক মাতিলোঁ, কিন্তু তেওঁলোক মোৰ প্রতি বিশ্বাসঘাতক হ’ল।
|
||||
\q1 যেতিয়া নিজ প্ৰাণ ৰক্ষা কৰিবৰ বাবে তেওঁলোকে আহাৰ বিচাৰিছিল;
|
||||
\q1 তেতিয়া মোৰ পুৰোহিত আৰু পৰিচাৰক সমূহে নগৰত প্ৰাণ ত্যাগ কৰিলে।
|
||||
\s5
|
||||
\v 20 হে যিহোৱা, চাওঁক, মই সঙ্কটত পৰিলোঁ; মোৰ হৃদয় অত্যন্ত দুখিত হৈছে।
|
||||
\q মোৰ অন্তৰত মোৰ হৃদয় বিকৃত হ’ল, কাৰণ মই অত্যন্ত বিদ্ৰোহ কৰিলোঁ।
|
||||
\q বাহিৰত আমাক তৰোৱালেৰে নিঃসন্তান কৰিছে; আৰু ঘৰত যেন মৃত্যুহে উপস্থিত হৈছে।
|
||||
\q
|
||||
\q1
|
||||
\v 20 হে যিহোৱা, চোৱাঁ, মই সঙ্কটত পৰিলোঁ; মোৰ হৃদয় অত্যন্ত দুখিত হৈছে।
|
||||
\q1 মোৰ অন্তৰত মোৰ হৃদয় বিকৃত হল, কাৰণ মই অত্যন্ত বিদ্ৰোহ কৰিলো।
|
||||
\q1 বাহিৰত আমাক তৰোৱালেৰে নিঃসন্তান কৰিছে; আৰু ঘৰত যেন মৃত্যুহে উপস্থিত হৈছে।
|
||||
\s5
|
||||
\v 21 মোৰ কেঁকনি শুনক। মোক শান্ত্বনা দিবলৈ কোনো নাই।
|
||||
\q মোৰ আটাই শত্রুৱে মোৰ দুৰৱস্থাৰ বিষয়ে শুনিলে, আৰু আপুনি যে এনে অৱস্থা কৰিলে, সেই কাৰণে তেওঁলোক আনন্দিত হৈছে।
|
||||
\q আপুনি যি দিনৰ বিষয়ে ঘোষণা কৰিলে, সেই দিন উপস্থিত কৰক, তেতিয়া তেওঁলোকো মোৰ দৰে হ’ব।
|
||||
\q
|
||||
\v 22 তেওঁলোকৰ সকলো দুষ্টতা আপোনাৰ আগত উপস্থিত হওঁক,
|
||||
\q মোৰ সকলো অপৰাধৰ কাৰণে আপুনি মোলৈ কৰা নিচিনাকৈ তেওঁলোকলৈকো কৰক;
|
||||
\q কিয়নো মোৰ দুখৰ কেঁকনি অনেক আৰু মোৰ অন্তৰ দু্ৰ্বল।
|
||||
\q1
|
||||
\v 21 মোৰ কেঁকনি শুনা। মোক শান্তনা দিবলৈ কোনো নাই।
|
||||
\q1 মোৰ আটাই শত্রুৱে মোৰ দুৰৱস্থাৰ বিষয়ে শুনিলে, আৰু তুমি যে এনে অৱস্থা কৰিলা, সেই কাৰণে তেওঁলোক আনন্দিত হৈছে।
|
||||
\q1 তুমি যি দিনৰ বিষয়ে ঘোষণা কৰিলা, সেই দিন উপস্থিত কৰা, তেতিয়া তেওঁলোকো মোৰ দৰে হব।
|
||||
\q1
|
||||
\v 22 তেওঁলোকৰ সকলো দুষ্টতা তোমাৰ আগত উপস্থিত হওঁক,
|
||||
\q1 মোৰ সকলো অপৰাধৰ কাৰণে তুমি মোলৈ কৰা নিচিনাকৈ তেওঁলোকলৈকো কৰা;
|
||||
\q1 কিয়নো মোৰ দুখৰ কেঁকনি অনেক আৰু মোৰ অন্তৰ দু্ৰ্বল।
|
||||
|
||||
\s5
|
||||
\c 2
|
||||
\s যিৰূচালেমক দিয়া দণ্ড। বিলাপ আৰু নিবেদন।
|
||||
\q
|
||||
\v 1 প্ৰভুৱে নিজ ক্ৰোধত কেনে এটা ডাঙৰ মেঘেৰে চিয়োন-জীয়াৰীক সম্পূৰ্ণৰূপে ঢাকিলে!
|
||||
\q তেওঁ স্বৰ্গৰ পৰা ইস্ৰায়েলৰ শোভাক পৃথিৱীলৈ পঠিয়াই দিলে;
|
||||
\q আৰু নিজ ক্ৰোধৰ দিনত নিজৰ ভৰি-পীৰালৈ সোঁৱৰণ নকৰিলে।
|
||||
\q
|
||||
\v 2 প্ৰভুৱে দয়া নকৰি যাকোবৰ সকলো নগৰবোৰ গ্ৰাস কৰিলে।
|
||||
\q তেওঁ নিজ ক্ৰোধত যিহূদা-জীয়াৰীৰ দু্ৰ্গবোৰ ভাঙি পেলালে;
|
||||
\q তেওঁ সেইবোৰক অপমানেৰে মাটিৰ সমান কৰিলে, সেই ৰাজ্য আৰু তাইৰ ৰাজকুমাৰসকলক অপবিত্ৰ কৰিলে।
|
||||
\q
|
||||
\q1
|
||||
\v 1 প্ৰভুৱে নিজ ক্ৰোধত কেনে এটা ডাঙৰ মেঘেৰে চিয়োন জীয়াৰীক সম্পূৰ্ণৰূপে ঢাকিলে!
|
||||
\q1 তেওঁ স্বৰ্গৰ পৰা ইস্ৰায়েলৰ শোভাক পৃথিৱীলৈ পঠিয়াই দিলে;
|
||||
\q1 আৰু নিজ ক্ৰোধৰ দিনত নিজৰ ভৰিপীৰালৈ সোঁৱৰণ নকৰিলে।
|
||||
\q1
|
||||
\v 2 প্ৰভুৱে দয়া নকৰি যাকোবৰ সকলো নগৰবোৰ গ্ৰাস কৰিলে।
|
||||
\q1 তেওঁ নিজ ক্ৰোধত যিহূদা জীয়াৰীৰ দু্ৰ্গবোৰ ভাঙি পেলালে;
|
||||
\q1 তেওঁ সেইবোৰক অপমানেৰে মাটিৰ সমান কৰিলে, সেই ৰাজ্য আৰু তাইৰ ৰাজকুমাৰসকলক অপবিত্ৰ কৰিলে।
|
||||
\s5
|
||||
\v 3 তেওঁ প্ৰচণ্ড ক্ৰোধত ইস্ৰায়েলৰ সকলো শক্তি ছেদন কৰিলে।
|
||||
\q তেওঁ শত্ৰুৰ সন্মুখৰ পৰা নিজৰ সোঁ হাত কোঁচালে।
|
||||
\q আৰু চাৰিওফালে সকলো গ্ৰাস কৰোঁতা জ্বলন্ত অগ্নি-শিখাৰ দৰে তেওঁ যাকোবক দগ্ধ কৰিলে।
|
||||
\q1
|
||||
\v 3 তেওঁ প্ৰচণ্ড ক্ৰোধত ইস্ৰায়েলৰ সকলো শক্তি ছেদন কৰিলে।
|
||||
\q1 তেওঁ শত্ৰুৰ সন্মুখৰ পৰা নিজৰ সোঁ হাত কোঁচালে।
|
||||
\q1 আৰু চাৰিওফালে সকলো গ্ৰাস কৰোঁতা জ্বলন্ত অগ্নিশিখাৰ দৰে তেওঁ যাকোবক দগ্ধ কৰিলে।
|
||||
\v 4 শত্ৰুৰ নিচিনাকৈ তেওঁৰ নিজৰ ধনু আমাৰ দিশে ভাঁজ কৰিলে। তেওঁ যুদ্ধত থকা শত্রুৰ দৰে, আমালৈ মাৰি পঠিয়াবৰ বাবে নিজ হাতক সাজু কৰালে। তেওঁৰ দৃষ্টিত তৃপ্তিজনক সকলোকে বধ কৰিলে।
|
||||
\q চিয়োন-জিয়াৰীৰ তম্বুৰ ওপৰত তেওঁ নিজৰ ক্ৰোধ অগ্নিৰ দৰে বৰষালে।
|
||||
\q
|
||||
\q1 চিয়োন জিয়াৰীৰ তম্বুৰ ওপৰত তেওঁ নিজৰ ক্ৰোধ অগ্নিৰ দৰে বৰষালে।
|
||||
\s5
|
||||
\v 5 প্ৰভুৱে শত্ৰু যেন হ’ল। তেওঁ ইস্ৰায়েলক গ্ৰাস কৰিলে।
|
||||
\q তেওঁ ইস্ৰায়েলৰ আটাই ৰাজ-অট্ৰালিকাবোৰ গ্ৰাস কৰিলে; আৰু তাৰ দুৰ্গবোৰ ধ্ৱংস কৰিলে।
|
||||
\q তেওঁ যিহূদা-জীয়াৰীৰ মাজত শোক আৰু বিলাপ বঢ়ালে।
|
||||
\q
|
||||
\v 6 তেওঁ নিজ তম্বু বাৰীৰ টঙি ধ্ৱংস কৰাৰ দৰে ধ্ৱংস কৰিলে আৰু নিজৰ সমাজ পতা ঠাই বিনষ্ট কৰিলে।
|
||||
\q যিহোৱাই চিয়োনত পৰ্ব্ব আৰু বিশ্ৰাম দিন পাহৰালে,
|
||||
\q কিয়নো তেওঁৰ প্ৰচণ্ড ক্ৰোধত ৰজা আৰু পুৰোহিতসকলক তেওঁ হেয়জ্ঞান কৰিলে।
|
||||
\q
|
||||
\q1
|
||||
\v 5 প্ৰভুৱে শত্ৰু যেন হল। তেওঁ ইস্ৰায়েলক গ্ৰাস কৰিলে।
|
||||
\q1 তেওঁ ইস্ৰায়েলৰ আটাই ৰাজ অট্ৰালিকাবোৰ গ্ৰাস কৰিলে; আৰু তাৰ দুৰ্গবোৰ ধংস কৰিলে।
|
||||
\q1 তেওঁ যিহূদা জীয়াৰীৰ মাজত শোক আৰু বিলাপ বঢ়ালে।
|
||||
\q1
|
||||
\v 6 তেওঁ নিজ তম্বু বাৰীৰ টঙি ধ্বংস কৰাৰ দৰে ধ্বংস কৰিলে আৰু নিজৰ সমাজ পতা ঠাই বিনষ্ট কৰিলে।
|
||||
\q1 যিহোৱাই চিয়োনত পৰ্ব্ব আৰু বিশ্ৰাম দিন পাহৰালে,
|
||||
\q1 কিয়নো তেওঁৰ প্ৰচণ্ড ক্ৰোধত ৰজা আৰু পুৰোহিতসকলক তেওঁ হেয়জ্ঞান কৰিলে।
|
||||
\s5
|
||||
\q1
|
||||
\v 7 প্ৰভুৱে তেওঁৰ যজ্ঞবেদী অগ্রাহ্য কৰিলে; আৰু তেওঁৰ পবিত্ৰ স্থান ঘিণ কৰিলে।
|
||||
\q তেওঁ তাইৰ অট্টালিকাৰ গড়বোৰ শত্ৰুৰ হাতত সমৰ্পণ কৰিলে।
|
||||
\q তেতিয়া তেওঁলোকে পৰ্ব্বদিনৰ নিচিনাকৈ যিহোৱাৰ গৃহত জয়েৰে কোলাহল কৰিলে।
|
||||
\q
|
||||
\q1 তেওঁ তাইৰ অট্টালিকাৰ গড়বোৰ শত্ৰুৰ হাতত সমৰ্পণ কৰিলে।
|
||||
\q1 তেতিয়া তেওঁলোকে পৰ্ব্বদিনৰ নিচিনাকৈ যিহোৱাৰ গৃহত জয়েৰে কোলাহল কৰিলে।
|
||||
\s5
|
||||
\v 8 যিহোৱাই উদ্দেশ্যমূলকভাৱে চিয়োন-জীয়াৰীৰ গড় নষ্ট কৰিবলৈ মনস্থ কৰিলে।
|
||||
\q তেওঁ পৰিমান-জৰী পাৰি সেই গড় বিনষ্ট কৰাৰ পৰা তেওঁৰ হাত নোকোঁচালে।
|
||||
\q আৰু তেওঁ দুৰ্গৰ চৰিওফালে থকা গড়বোৰক বিলাপ কৰালে আৰু দুৰ্গবোৰ শক্তিহীন কৰিলে।
|
||||
\v 9 চিয়োন-জীয়াৰীৰ দুৱাৰবোৰ মাটিত পোত গ’ল; তাইৰ দুৱাৰৰ ডাংবোৰ যিহোৱাই নষ্ট কৰিলে আৰু ভাঙিলে।
|
||||
\q তাইৰ ৰজা আৰু ৰাজকুৱৰসকল অনা-ইহুদীসকলৰ মাজত আছে, য’ত মোচিৰ কোনো বিধান নাই।
|
||||
\q আনকি তাইৰ ভাববাদীসকলে যিহোৱাৰ পৰা কোনো দৰ্শন পোৱা নাছিল।
|
||||
\q
|
||||
\q1
|
||||
\v 8 যিহোৱাই উদ্দেশ্যমূলকভাৱে চিয়োন জীয়াৰীৰ গড় নষ্ট কৰিবলৈ মনস্থ কৰিলে।
|
||||
\q1 তেওঁ পৰিমাণ জৰী পাৰি সেই গড় বিনষ্ট কৰাৰ পৰা তেওঁৰ হাত নোকোঁচালে।
|
||||
\q1 আৰু তেওঁ দুৰ্গৰ চৰিওফালে থকা গড়বোৰক বিলাপ কৰালে আৰু দুৰ্গবোৰ শক্তিহীন কৰিলে।
|
||||
\v 9 চিয়োন জীয়াৰীৰ দুৱাৰবোৰ মাটিত পোত গল; চিয়োনৰ দুৱাৰৰ ডাংবোৰ যিহোৱাই নষ্ট কৰিলে আৰু ভাঙিলে।
|
||||
\q1 তাইৰ ৰজা আৰু ৰাজকুমাৰসকল অনা-ইহুদীসকলৰ মাজত আছে, য’ত মোচিৰ কোনো বিধান নাই।
|
||||
\q1 আনকি তাইৰ ভাববাদীসকলে যিহোৱাৰ পৰা কোনো দৰ্শন পোৱা নাছিল।
|
||||
\s5
|
||||
\v 10 চিয়োন-জীয়াৰীৰ বৃদ্ধসকলে মাটিত বহি নীৰৱে শোক কৰি আছে।
|
||||
\q তেওঁলোকে নিজ নিজ মূৰত ধূলি ছটিয়াইছে; আৰু কঁকালত চট কাপোৰ বান্ধিছে।
|
||||
\q যিৰূচালেমৰ কুমাৰীসকলে মাটিলৈ মূৰ দোঁৱাই আছে।
|
||||
\q
|
||||
\q1
|
||||
\v 10 চিয়োন জীয়াৰীৰ বৃদ্ধসকলে মাটিত বহি নীৰৱে শোক কৰি আছে।
|
||||
\q1 তেওঁলোকে নিজ নিজ মূৰত ধূলি ছটিয়াইছে; আৰু কঁকালত চট কাপোৰ বান্ধিছে।
|
||||
\q1 যিৰূচালেমৰ কুমাৰীসকলে মাটিলৈ মূৰ দোঁৱাই আছে।
|
||||
\s5
|
||||
\v 11 মোৰ চকু-লো বন্ধ হৈ ৰঙা হ’ল; মোৰ হৃদয় অত্যন্ত দুখিত হৈছে।
|
||||
\q মোৰ জাতিস্বৰূপ জীয়াৰীৰ লোকসকলৰ ধ্বংসৰ কাৰণে মোৰ কলিজাৰ পিত্তপানী মাটিত ঢলা হৈছে,
|
||||
\q কিয়নো নগৰৰ বাটবোৰত শিশু আৰু পিয়াহ খোৱা কেঁচুৱাসকল মুৰ্চ্ছিত হৈছে আৰু মৃত্যুৰ মুখত পৰিছে।
|
||||
\q
|
||||
\v 12 “আহাৰ আৰু দ্ৰাক্ষাৰস ক’ত?” এই বুলি তেওঁলোকে নিজ নিজ মাতৃসকলক প্রশ্ন কৰে।
|
||||
\q সিহত নগৰৰ বাটবোৰত আহত হোৱা মানুহৰ দৰে মুৰ্চ্ছিত হৈছে,
|
||||
\q আৰু নিজ নিজ মাতৃৰ কোলাত প্ৰাণত্যাগ কৰিছে।
|
||||
\q
|
||||
\q1
|
||||
\v 11 মোৰ চকুলো বন্ধ হৈ ৰঙা হ’ল; মোৰ হৃদয় অত্যন্ত দুখিত হৈছে।
|
||||
\q1 মোৰ জাতিস্বৰূপ জীয়াৰীৰ লোকসকলৰ ধ্বংসৰ কাৰণে মোৰ কলিজাৰ পিত্তপানী মাটিত ঢলা হৈছে,
|
||||
\q1 কিয়নো নগৰৰ বাটবোৰত শিশু আৰু পিয়াহ খোৱা কেঁচুৱাসকল মুৰ্চ্ছিত হৈছে আৰু মৃত্যুৰ মুখত পৰিছে।
|
||||
\q1
|
||||
\v 12 “আহাৰ আৰু দ্ৰাক্ষাৰস কত?” এই বুলি তেওঁলোকে নিজ নিজ মাতৃসকলক প্রশ্ন কৰে।
|
||||
\q1 সিহঁত নগৰৰ বাটবোৰত আহত হোৱা মানুহৰ দৰে মুৰ্চ্ছিত হৈছে,
|
||||
\q1 আৰু নিজ নিজ মাতৃৰ কোলাত প্ৰাণত্যাগ কৰিছে।
|
||||
\s5
|
||||
\v 13 হে যিৰূচালেম-জীয়াৰী, তোমাৰ বিষয়ে মই কি সাক্ষ্য দিম? তোমাক শান্ত্বনা দিবৰ বাবে তোমাৰে সৈতে কিহৰ তুলনা দিম? হে কুমাৰী চিয়োন-জীয়াৰী,
|
||||
\q কিয়নো তোমাৰ ভঙা-ৰূপ সাগৰৰ দৰে বৃহৎ; কোনে তোমাক সুস্থ কৰিব পাৰে?
|
||||
\q
|
||||
\q1
|
||||
\v 13 হে যিৰূচালেম জীয়াৰী, তোমাৰ বিষয়ে মই কি সাক্ষ্য দিম? তোমাক শান্তনা দিবৰ বাবে তোমাৰে সৈতে কিহৰ তুলনা দিম? হে কুমাৰী চিয়োন জীয়াৰী,
|
||||
\q1 কিয়নো তোমাৰ ভঙা ৰূপ সাগৰৰ দৰে বৃহৎ; কোনে তোমাক সুস্থ কৰিব পাৰে?
|
||||
\q1
|
||||
\v 14 তোমাৰ ভাববাদীসকলে তোমাৰ পক্ষে মিছা আৰু মুৰ্খতাৰ দৰ্শন পালে।
|
||||
\q আৰু তোমাৰ সম্পত্তিবোৰ পুনৰায় ঘূৰাই পাবলৈ তেওঁলোকে তোমাৰ অপৰাধবোৰ প্ৰকাশ নকৰিলে,
|
||||
\q কিন্তু তেওঁলোকে দৰ্শন পাই তোমাৰ পক্ষে অসাৰ্থক বাণী আৰু দেশান্তৰৰ কাৰণ প্ৰচাৰ কৰিলে।
|
||||
\q
|
||||
\q1 আৰু তোমাৰ সম্পত্তিবোৰ পুনৰায় ঘূৰাই পাবলৈ তেওঁলোকে তোমাৰ অপৰাধবোৰ প্ৰকাশ নকৰিলে,
|
||||
\q1 কিন্তু তেওঁলোকে দৰ্শন পাই তোমাৰ পক্ষে অসাৰ্থক বাণী আৰু দেশান্তৰৰ কাৰণ প্ৰচাৰ কৰিলে।
|
||||
\s5
|
||||
\v 15 আটাই বাটৰুৱাই তোমাক দেখি হাত-তালি দিছে।
|
||||
\q তেওঁলোকে যিৰূচালেম-জীয়াৰীক সুহুৰিয়াই মূৰ জোকাৰি কয় বোলে,
|
||||
\q “পৰম সুন্দৰী আৰু গোটেই পৃথিৱীৰ আনন্দদায়িনী বুলি মানুহে কোৱা নগৰী এইখনে নে?”
|
||||
\q
|
||||
\q1
|
||||
\v 15 আটাই বাটৰুৱাই তোমাক দেখি হাততালি দিছে।
|
||||
\q1 তেওঁলোকে যিৰূচালেম জীয়াৰীক সুহুৰিয়াই মূৰ জোকাৰি কয় বোলে,
|
||||
\q1 “পৰম সুন্দৰী আৰু গোটেই পৃথিৱীৰ আনন্দদায়িনী বুলি মানুহে কোৱা নগৰী এইখনেই নে?”
|
||||
\q1
|
||||
\v 16 তোমাৰ আটাই শত্ৰুৱে তোমাৰ অহিতে মুখ বহলকৈ মেলিলে আৰু তোমাৰ বিপক্ষে ঠাট্টা কৰিলে।
|
||||
\q তেওঁলোকে সুহুৰিয়াই আৰু দাঁত কৰচি কয়, “আমি তাইক গ্ৰাস কৰিলোঁ।
|
||||
\q আমি বাট চাই থকা দিন, নিশ্চয় এই দিনটোৱেই; আমি পালোঁ, আমি দেখিলোঁ!”
|
||||
\q
|
||||
\q1 তেওঁলোকে সুহুৰিয়াই আৰু দাঁত কৰচি কয়, “আমি তাইক গ্ৰাস কৰিলোঁ।
|
||||
\q1 আমি বাট চাই থকা দিন, নিশ্চয় এই দিনটোৱেই; আমি পালোঁ, আমি দেখিলোঁ!”
|
||||
\s5
|
||||
\v 17 যিহোৱাই নিজেই কৰা সংকল্প সিদ্ধ কৰিলে, পূৰ্ব্বকালত আজ্ঞা কৰা তেওঁৰ বাক্য পূৰ্ণ কৰিলে।
|
||||
\q তেওঁ দয়া নকৰি ভাঙি পেলালে,
|
||||
\q আৰু তাৰ ওপৰত শত্ৰুক আনন্দ কৰালে; তেওঁ তোমাৰ বৈৰীবোৰৰ শিংটো উন্নত কৰিলে।
|
||||
\q
|
||||
\q1
|
||||
\v 17 যিহোৱাই নিজেই কৰা সংকল্প সিদ্ধ কৰিলে, পূৰ্বকালত আজ্ঞা কৰা তেওঁৰ বাক্য পূৰ্ণ কৰিলে।
|
||||
\q1 তেওঁ দয়া নকৰি ভাঙি পেলালে,
|
||||
\q1 আৰু তাৰ ওপৰত শত্ৰুক আনন্দ কৰালে; তেওঁ তোমাৰ বৈৰীবোৰৰ শিংটো উন্নত কৰিলে।
|
||||
\s5
|
||||
\v 18 তেওঁলোকে মনতে প্ৰভুৰ আগত কাতৰোক্তি কৰি ক’লে,
|
||||
\q “হে চিয়োন-জীয়াৰীৰ গড়, দিনে-ৰাতিয়ে চকু লো নৈৰ নিচিনাকৈ বৈ থাকক।
|
||||
\q তুমি নিজকে অলপো বিশ্ৰাম নিদিবা। তোমাৰ চকুৰ মনিক শান্ত হ’বলৈ নিদিবা।
|
||||
\q
|
||||
\q1
|
||||
\v 18 তেওঁলোকে মনতে প্ৰভুৰ আগত কাতৰোক্তি কৰি কলে,
|
||||
\q1 “হে চিয়োন জীয়াৰীৰ গড়, দিনে-ৰাতিয়ে চকু লো নৈৰ নিচিনাকৈ বৈ থাকক।
|
||||
\q1 তুমি নিজকে অলপো বিশ্ৰাম নিদিবা। তোমাৰ চকুৰ মনিক শান্ত হবলৈ নিদিবা।
|
||||
\q1
|
||||
\v 19 উঠা আৰু প্ৰত্যেক প্ৰহৰৰ আৰম্ভণতে ৰাতি চিঞৰি কান্দা
|
||||
\q প্ৰভুৰ আগত তোমাৰ হৃদয় পানীৰ দৰে ঢালি দিয়া।
|
||||
\q তোমাৰ যি শিশুসকলক প্ৰত্যেক আলিৰ মূৰত ভোকত মূৰ্চ্ছিত হৈছে, তেওঁলোকৰ প্ৰাণৰক্ষাৰ অৰ্থে তেওঁলৈ হাত তোলা।”
|
||||
\q
|
||||
\q1 প্ৰভুৰ আগত তোমাৰ হৃদয় পানীৰ দৰে ঢালি দিয়া।
|
||||
\q1 তোমাৰ যি শিশুসকলক প্ৰত্যেক আলিৰ মূৰত ভোকত মূৰ্চ্ছিত হৈছে, তেওঁলোকৰ প্ৰাণৰক্ষাৰ অৰ্থে তেওঁলৈ হাত তোলা।”
|
||||
\s5
|
||||
\q1
|
||||
\v 20 হে যিহোৱা, বিবেচনা কৰি চোৱা, তুমি যি জনলৈ এনে ব্যৱহাৰ কৰিছা।
|
||||
\q মহিলাসকলে হাত নিচুকুৱা সন্তান নিজৰ গৰ্ভফলক ভক্ষণ কৰিবনে?
|
||||
\q পুৰোহিত আৰু ভাববাদীক প্ৰভুৰ পবিত্ৰস্থানত বধ কৰা হ’ব নে?
|
||||
\q
|
||||
\q1 মহিলাসকলে হাত নিচুকুৱা সন্তান নিজৰ গৰ্ভফলক ভক্ষণ কৰিবনে?
|
||||
\q1 পুৰোহিত আৰু ভাববাদীক প্ৰভুৰ পবিত্ৰ স্থানত বধ কৰা হব নে?
|
||||
\s5
|
||||
\q1
|
||||
\v 21 ডেকা আৰু বুঢ়া লোক, আলিবাটৰ মাটিত পৰি আছে।
|
||||
\q মোৰ যুৱতী আৰু যুৱকসকল তৰোৱালৰ দ্বাৰাই পতিত হৈছে।
|
||||
\q তুমি তোমাৰ ক্ৰোধৰ দিনাত তেওঁলোকক বধ কৰিলা; তুমি দয়া নকৰি হত্যা কৰিলা।
|
||||
\q
|
||||
\v 22 তুমি পৰ্ব্বদিনৰ নিচিনাকৈ চাৰিওফালৰ পৰা মোলৈ নানা ত্ৰাস মাতিলা;
|
||||
\q আৰু যিহোৱাৰ ক্ৰোধৰ দিনত ৰক্ষা পোৱা, কি বাকি থকা কোনো নাছিল।
|
||||
\q মই নিচুকাই ডাঙৰ-দীঘল কৰা সকলক মোৰ শত্ৰুৱে সংহাৰ কৰিলে।
|
||||
\q1 মোৰ যুৱতী আৰু যুৱকসকল তৰোৱালৰ দ্বাৰাই পতিত হৈছে।
|
||||
\q1 তুমি তোমাৰ ক্ৰোধৰ দিনাত তেওঁলোকক বধ কৰিলা; তুমি দয়া নকৰি হত্যা কৰিলা।
|
||||
\q1
|
||||
\v 22 তুমি পৰ্ব্বদিনৰ নিচিনাকৈ চাৰিওফালৰ পৰা মোলৈ নানা ত্ৰাস \f + \ft শত্ৰুক \f* মাতিলা;
|
||||
\q1 আৰু যিহোৱাৰ ক্ৰোধৰ দিনত ৰক্ষা পোৱা, আৱশিষ্ট কোনো নাছিল।
|
||||
\q1 মই নিচুকাই ডাঙৰ-দীঘল কৰা সকলক মোৰ শত্ৰুৱে সংহাৰ কৰিলে।
|
||||
|
||||
\s5
|
||||
\c 3
|
||||
\s যিৰিমিয়াৰ দুখ আৰু বিশ্বাস।
|
||||
\q
|
||||
\v 1 যিহোৱাৰ ক্ৰোধৰ দণ্ডৰ দ্বাৰাই দুখ ভোগ কৰা পুৰুষজন ময়েই।
|
||||
\q
|
||||
\v 2 তেওঁ মোক খেদি পঠিয়ালে আৰু মোক পোহৰত নহয়, কিন্তু অন্ধকাৰৰ পথতহে গমন কৰালে।
|
||||
\q
|
||||
\q1
|
||||
\v 1 যিহোৱাৰ ক্ৰোধৰ দণ্ডৰ দ্বাৰাই দুখ ভোগ কৰা পুৰুষজন ময়েই।
|
||||
\q1
|
||||
\v 2 তেওঁ মোক খেদি পঠিয়ালে আৰু মোক পোহৰত নহয়, কিন্তু অন্ধকাৰৰ পথতহে গমন কৰালে।
|
||||
\q1
|
||||
\v 3 নিশ্চয়কৈ তেওঁ মোক বিমুখ কৰিলে; ওৰে দিনটো তেওঁ মোৰ অহিতে নিজ হাত চলায়।
|
||||
\q
|
||||
\q1
|
||||
\v 4 তেওঁ মোৰ মাংস আৰু ছাল জীৰ্ণ কৰিলে; তেওঁ মোৰ হাড়বোৰ ভাঙিলে।
|
||||
\q
|
||||
\s5
|
||||
\q1
|
||||
\v 5 তেওঁ মোৰ অহিতে চাৰিওফালে তিক্ততা আৰু শ্ৰান্তিৰূপ গড়েৰে অৱৰোধ কৰিলে।
|
||||
\q
|
||||
\q1
|
||||
\v 6 বহু সময় ধৰি মৃত্যু হোৱা মানুহৰ দৰে, তেওঁ মোক অন্ধকাৰ ঠাইবোৰত বাস কৰালে।
|
||||
\q
|
||||
\q1
|
||||
\v 7 মই ওলাই যাব নোৱাৰাকৈ তেওঁ মোৰ চাৰিওফালে বেৰা দিলে। তেওঁ মোৰ শিকলি গধূৰ কৰিলে।
|
||||
\q
|
||||
\v 8 যদিও মই সহায়ৰ বাবে চিঞৰি কাতৰোক্তি কৰিছোঁ, তথাপি তেওঁ মোৰ প্ৰাৰ্থনালৈ কাণ নিদিয়ে।
|
||||
\q
|
||||
\q1
|
||||
\v 8 যদিও মই সহায়ৰ বাবে চিঞৰি কাতৰোক্তি কৰিছোঁ, তথাপি তেওঁ মোৰ প্ৰাৰ্থনালৈ কাণ নিদিয়ে।
|
||||
\s5
|
||||
\q1
|
||||
\v 9 তেওঁ মোৰ পথবোৰ কটা শিলেৰে বন্ধ কৰিলে; মই লোৱা প্রতিটো বাটেই বেঁকা।
|
||||
\q
|
||||
\q1
|
||||
\v 10 মোৰ পক্ষে তেওঁ খাপ দি থকা ভালুক, গুপুত ঠাইত থকা সিংহৰ দৰে।
|
||||
\q
|
||||
\q1
|
||||
\v 11 তেওঁ মোৰ বাট আওবাট কৰিলে। তেওঁ মোক চকুলোৰে পৃথক কৰিলে, আৰু মোক অনাথ কৰিলে।
|
||||
\q
|
||||
\s5
|
||||
\v 12 তেওঁ নিজৰ ধনু ভিৰাই ল’লে আৰু মোলৈ লক্ষ্য কৰি কাড় মাৰিলে।
|
||||
\q
|
||||
\q1
|
||||
\v 12 তেওঁ নিজৰ ধনু ভিৰাই ললে আৰু মোলৈ লক্ষ্য কৰি কাঁড় মাৰিলে।
|
||||
\q1
|
||||
\v 13 তেওঁ নিজৰ তূণৰ বাণ মোৰ মৰ্ম্মস্থানত সুমুৱালে।
|
||||
\q
|
||||
\v 14 মই মোৰ লোকসকলৰ হাহি উদ্ৰেক কৰা ব্যক্তি হৈ পৰিলোঁ, দিনে দিনে তেওলোকৰ বিদ্রূপাত্মক গানৰ বিষয় হৈছোঁ।
|
||||
\q
|
||||
\q1
|
||||
\v 14 মই মোৰ লোকসকলৰ হাহি উদ্ৰেক কৰা ব্যক্তি হৈ পৰিলোঁ, দিনে দিনে তেওঁলোকৰ বিদ্রূপাত্মক গানৰ বিষয় হৈছোঁ।
|
||||
\q1
|
||||
\v 15 তেওঁ মোক তিতাৰে পূৰ কৰিলে আৰু মোক অধিককৈ নাগদানা খুৱালে।
|
||||
\q
|
||||
\s5
|
||||
\q1
|
||||
\v 16 খোৱা বস্তুত মিহলি হোৱা শিল গুটিৰে তেওঁ মোৰ দাঁতো ভাঙিলে; তেওঁ মোক ছাঁইলৈ ঠেলি পঠিয়ালে।
|
||||
\q
|
||||
\q1
|
||||
\v 17 তুমি মোৰ জীৱনৰ পৰা শান্তি আঁতৰ কৰিলা; মই মঙ্গল পাহৰিলোঁ।
|
||||
\q
|
||||
\v 18 গতিকে মই ক’লো, “মোৰ জাকজমকতা শেষ হৈ গ’ল, সেয়ে মোৰ আশা অৱশ্যেই যিহোৱাৰ পৰা আহিব!”
|
||||
\q
|
||||
\q1
|
||||
\v 18 গতিকে মই কলো, “মোৰ জাকজমকতা শেষ হৈ গল, সেয়ে মোৰ আশা অৱশ্যেই যিহোৱাৰ পৰা আহিব!”
|
||||
\s5
|
||||
\v 19 মোৰ দুখ আৰু তাড়না সোঁৱৰণ কৰোতে, মই নাগদানা আৰু বিহ সোঁৱৰণ কৰো।
|
||||
\q
|
||||
\v 20 মোৰ প্ৰাণৰ সোঁৱৰণত সেইবোৰ এতিয়াও আছে আৰু মোৰ প্ৰাণ মোৰ অন্তৰত নত হৈছে।
|
||||
\q
|
||||
\v 21 কিন্তু মোৰ মনত ইয়াক পুনৰায় সোঁৱৰণ কৰোঁ, এই হেতুকে মোৰ আশা আছে।
|
||||
\q
|
||||
\q1
|
||||
\v 19 মোৰ দুখ আৰু তাড়না সোঁৱৰণ কৰোঁতে, মই নাগদানা আৰু বিহ সোঁৱৰণ কৰো।
|
||||
\q1
|
||||
\v 20 মোৰ প্ৰাণৰ সোঁৱৰণত সেইবোৰ এতিয়াও আছে আৰু মোৰ প্ৰাণ মোৰ অন্তৰত নত হৈছে।
|
||||
\q1
|
||||
\v 21 কিন্তু মোৰ মনত ইয়াক পুনৰায় সোঁৱৰণ কৰো, এই হেতুকে মোৰ আশা আছে।
|
||||
\s5
|
||||
\v 22 আমি যে সম্পূৰ্ণ শেষ নহলো, এইটোৱে যিহোৱাৰ বিশ্বাসযোগ্যতাৰ নিয়ম; কিয়নো তেওঁৰ কৰুণাময় কাৰ্যৰ শেষ নাই!
|
||||
\q
|
||||
\v 23 তেওঁৰ কৰুণাময় কাৰ্য প্ৰতি প্ৰভাততে নতুন হয়; তোমাৰ বিশ্বস্ততা মহৎ!
|
||||
\q
|
||||
\v 24 মোৰ প্ৰাণে কয়, “যিহোৱায়েই মোৰ অংশ,” এই হেতুকে মই তেওঁত ভাৰসা কৰিম।
|
||||
\q
|
||||
\q1
|
||||
\v 22 আমি যে সম্পূৰ্ণ শেষ নহলো, এইটোৱে যিহোৱাৰ বিশ্ৱাসযোগ্য নিয়ম; কিয়নো তেওঁৰ কৰুণাময় কাৰ্যৰ শেষ নাই!
|
||||
\q1
|
||||
\v 23 তেওঁৰ কৰুণাময় কাৰ্য প্ৰতি প্ৰভাততে নতুন হয়; তোমাৰ বিশ্বস্ততা মহৎ!
|
||||
\q1
|
||||
\v 24 মোৰ প্ৰাণে কয়, “যিহোৱায়েই মোৰ অংশ,” এই হেতুকে মই তেওঁত ভাৰসা কৰিম।
|
||||
\s5
|
||||
\v 25 যিহোৱালৈ অপেক্ষা কৰোঁতাসকললৈ, তেওঁক বিচাৰোঁতাসকলৰ জীৱনলৈ তেওঁ মঙ্গলময়।
|
||||
\q
|
||||
\q1
|
||||
\v 25 যিহোৱালৈ অপেক্ষা কৰোঁতা সকললৈ, তেওঁক বিচাৰোঁতাসকলৰ জীৱনলৈ তেওঁ মঙ্গলময়।
|
||||
\q1
|
||||
\v 26 যিহোৱাৰ পৰিত্ৰাণলৈ আশা কৰি নীৰৱে বাট চাই থকাই ভাল।
|
||||
\q
|
||||
\v 27 যৌৱন-কালত যুৱলি বোৱাই মানুহৰ পক্ষে মঙ্গলময়।
|
||||
\q
|
||||
\v 28 তেওঁ তাৰ ওপৰত যুৱলি দিয়াৰ কাৰণে সি অকলেই বহি থাকক আৰু নিজম দি থাকক।
|
||||
\q
|
||||
\v 29 সি নিজৰ মুখ ধূলিত ৰাখক; কিজানি আশা হ’ব পাৰে।
|
||||
\q
|
||||
\q1
|
||||
\v 27 যৌৱন কালত যুঁৱলি বোৱাই মানুহৰ পক্ষে মঙ্গলময়।
|
||||
\q1
|
||||
\v 28 তেওঁ তাৰ ওপৰত যুঁৱলি দিয়াৰ কাৰণে সি অকলেই বহি থাকক আৰু নিজম দি থাকক।
|
||||
\q1
|
||||
\v 29 সি নিজৰ মুখ ধূলিত ৰাখক; কিজানি আশা হব পাৰে।
|
||||
\s5
|
||||
\v 30 সি তাৰ প্ৰহাৰ কৰা জনলৈ গাল পাতি দিয়ক, সি নিন্দাৰে পৰিপূৰ্ণ হওঁক,
|
||||
\q
|
||||
\q1
|
||||
\v 30 সি তাৰ প্ৰহাৰ কৰা জনলৈ গাল পাতি দিয়ক, সি নিন্দাৰে পৰিপূৰ্ণ হওঁক,
|
||||
\q1
|
||||
\v 31 যাতে প্ৰভুৱে চিৰকাললৈকে তাক ত্যাগ নকৰিব!
|
||||
\q
|
||||
\v 32 যদিও তেওঁ কষ্ট দিয়ে, তথাপি তেওঁৰ অধিক দয়া অনুসাৰে কৃপা কৰিব।
|
||||
\q
|
||||
\v 33 কিয়নো তেওঁ নিজ ইচ্ছাৰে কষ্ট নিদিয়ে, বা মানুহৰ সন্তানসকলক বেজাৰ নিদিয়ে।
|
||||
\q
|
||||
\q1
|
||||
\v 32 যদিও তেওঁ কষ্ট দিয়ে, তথাপি তেওঁৰ অধিক দয়া অনুসাৰে কৃপা কৰিব।
|
||||
\q1
|
||||
\v 33 কিয়নো তেওঁ নিজ ইচ্ছাৰে কষ্ট নিদিয়ে, বা মানুহৰ সন্তান সকলক বেজাৰ নিদিয়ে।
|
||||
\s5
|
||||
\q1
|
||||
\v 34 পৃথিৱীৰ আটাই বন্দীবোৰক ভৰিৰ তলত গুড়ি কৰা,
|
||||
\q
|
||||
\v 35 সৰ্ব্বোপৰিজনাৰ আগত মানুহৰ স্বত্ব গুচুউৱা,
|
||||
\q
|
||||
\v 36 আৰু মানুহৰ গোচৰত তাক অন্যায় কৰা - যিহোৱাই জনো সেইবোৰৰ বিষয়ে নেদেখে?
|
||||
\q
|
||||
\q1
|
||||
\v 35 সৰ্ব্বোপৰি জনাৰ আগত মানুহৰ স্বত্ব গুচুউৱা,
|
||||
\q1
|
||||
\v 36 আৰু মানুহৰ গোচৰত তাক অন্যায় কৰা - যিহোৱাই জানো সেইবোৰৰ বিষয়ে নেদেখে?
|
||||
\s5
|
||||
\v 37 প্ৰভুৱে আজ্ঞা নকৰাকৈ, কোন ব্যক্তিয়ে কোৱা বাক্য সিদ্ধ হয়?
|
||||
\q
|
||||
\v 38 সৰ্ব্বোপৰিজনাৰ মুখৰ পৰা মঙ্গল আৰু অমঙ্গল নোলায়?
|
||||
\q
|
||||
\v 39 জীৱিত মানুহে কিয় আপত্তি কৰে? মানুহে নিজ পাপৰ দণ্ডৰ বাবে কিয় আপত্তি কৰে?
|
||||
\q
|
||||
\q1
|
||||
\v 37 প্ৰভুৱে আজ্ঞা নকৰাকৈ, কোন ব্যক্তিয়ে কোৱা বাক্য সিদ্ধ হয়?
|
||||
\q1
|
||||
\v 38 সৰ্ব্বোপৰি জনাৰ মুখৰ পৰা মঙ্গল আৰু অমঙ্গল নোলায়?
|
||||
\q1
|
||||
\v 39 জীৱিত মানুহে কিয় আপত্তি কৰে? মানুহে নিজ পাপৰ দণ্ডৰ বাবে কিয় আপত্তি কৰে?
|
||||
\s5
|
||||
\v 40 আহাঁ, আমি বিচাৰ কৰি আমাৰ নিজ পথবোৰ পৰীক্ষা কৰোহঁক আৰু পুনৰায় যিহোৱালৈ ঘূৰোহঁক।
|
||||
\q
|
||||
\v 41 স্বৰ্গনিবাসী ঈশ্বৰলৈ আমাৰ হৃদয় আৰু হাত তুলি প্রাৰ্থনা কৰোঁহক।
|
||||
\q
|
||||
\v 42 “আমি অপৰাধ আৰু বিদ্ৰোহ কৰিলোঁ, সেয়ে তুমিও আমাক ক্ষমা নকৰিলা।
|
||||
\q
|
||||
\q1
|
||||
\v 40 আহাঁ, আমি বিচাৰ কৰি আমাৰ নিজ পথবোৰ পৰীক্ষা কৰোঁহক আৰু পুনৰায় যিহোৱালৈ ঘূৰোহঁক।
|
||||
\q1
|
||||
\v 41 স্বৰ্গনিবাসী ঈশ্বৰলৈ আমাৰ হৃদয় আৰু হাত তুলি প্রাৰ্থনা কৰোঁহক।
|
||||
\q1
|
||||
\v 42 “আমি অপৰাধ আৰু বিদ্ৰোহ কৰিলো, সেয়ে তুমিও আমাক ক্ষমা নকৰিলা।
|
||||
\q1
|
||||
\v 43 তুমি নিজকে ক্ৰোধেৰে ঢাকিলা আৰু আমাক পাছে পাছে খেদিলা। তুমি আমাক হত্যা কৰিলা, আৰু আমাক তুমি দয়া নকৰিলা।
|
||||
\q
|
||||
\s5
|
||||
\q1
|
||||
\v 44 তুমি নিজকে মেঘে সৈতে ঢাকিলা, সেয়ে কোনো প্ৰাৰ্থনাই ভেদ কৰিব নোৱাৰিলে।
|
||||
\q
|
||||
\q1
|
||||
\v 45 তুমি আমাক লোক সমূহৰ মাজত পৰিত্যক্ত আৰু অস্বীকাৰ কৰিলা।
|
||||
\q
|
||||
\q1
|
||||
\v 46 আমাৰ আটাই শত্ৰুৱে আমাৰ অহিতে মুখ বহলকৈ মেলি ঠাট্টা কৰিলে।
|
||||
\q
|
||||
\q1
|
||||
\v 47 সেই গাতৰ ভয়, নিৰ্জনতা আৰু নিষ্পেষণ, আমালৈ একেলগে আহিছে।”
|
||||
\q
|
||||
\s5
|
||||
\v 48 মোৰ জাতিস্বৰূপা জীয়াৰীৰ নিষ্পেষণৰ কাৰণে, মোৰ চকুৰ পৰা পানীৰ সোঁত বৈছে।
|
||||
\q
|
||||
\q1
|
||||
\v 48 মোৰ জাতিস্বৰূপা জীয়াৰীৰ নিষ্পেষণৰ কাৰণে, মোৰ চকুৰ পৰা পানীৰ সোঁত বৈছে।
|
||||
\q1
|
||||
\v 49 মোৰ চকুৰ পানী নিগৰে, আৰু ই ক্ষান্ত নহয় আৰু শেষ নোহোৱাকৈ নিগৰে;
|
||||
\q
|
||||
\q1
|
||||
\v 50 যেতিয়ালৈকে যিহোৱাই স্বৰ্গৰ পৰা তললৈ চাই দৃষ্টি নকৰে।
|
||||
\q
|
||||
\s5
|
||||
\v 51 মোৰ নগৰৰ আটাই জীয়াৰীৰ কাৰণে মোৰ চকুৱে মোৰ প্ৰাণক দুখ দিছে।
|
||||
\q
|
||||
\q1
|
||||
\v 51 মোৰ নগৰৰ আটাই জীয়াৰীৰ কাৰণে মোৰ চকুৱে মোৰ প্ৰাণক দুখ দিছে।
|
||||
\q1
|
||||
\v 52 শত্ৰুবোৰে বিনাকাৰণত পক্ষী চিকাৰ কৰাৰ দৰে, মোক নিৰ্দয়ভাবে চিকাৰ কৰিলে।
|
||||
\q
|
||||
\v 53 তেওঁলোকে অন্ধকূপত মোৰ প্ৰাণ সংহাৰ কৰিলে আৰু মোৰ ওপৰত এটা শিল ৰাখি থ’লে।
|
||||
\q
|
||||
\v 54 মোৰ মূৰৰ ওপৰেদি পানী বৈ গ’ল; মই কলোঁ যে, “মই উচ্ছন্ন হলোঁ!”
|
||||
\q
|
||||
\q1
|
||||
\v 53 তেওঁলোকে অন্ধকূপত মোৰ প্ৰাণ সংহাৰ কৰিলে আৰু মোৰ ওপৰত এটা শিল ৰাখি হ’ল \f + \ft তেওঁলোকে অন্ধকুপত মোক দলিয়াই দিলে আৰু মোৰ ওপৰত শিল দলিয়ালে। \f* ।
|
||||
\q1
|
||||
\v 54 মোৰ মূৰৰ ওপৰেদি পানী বৈ গল; মই কলো যে, “মই উচ্ছন্ন হলোঁ!”
|
||||
\s5
|
||||
\q1
|
||||
\v 55 হে যিহোৱা, মই দ অন্ধকূপৰ পৰা তোমাৰ নাম ললোঁ।
|
||||
\q
|
||||
\v 56 যেতিয়া মই ক’লো, “সহায় পাবলৈ কৰা মোৰ কাতৰোক্তিলৈ তুমি কাণত সোপা নিদিবা।” তেতিয়া তুমি মোৰ ধ্বনি শুনিলা।”
|
||||
\q
|
||||
\v 57 তোমাৰ নাম লোৱা দিনত, তুমি ওচৰ চাপি আহি ক’লা, “ভয় নকৰিবা!”
|
||||
\q
|
||||
\q1
|
||||
\v 56 যেতিয়া মই কলো, “সহায় পাবলৈ কৰা মোৰ কাতৰোক্তিলৈ তুমি কাণত সোপা নিদিবা।” তেতিয়া তুমি মোৰ ধ্বনি শুনিলা।
|
||||
\q1
|
||||
\v 57 তোমাৰ নাম লোৱা দিনত, তুমি ওচৰ চাপি আহি কলা, “ভয় নকৰিবা!”
|
||||
\s5
|
||||
\q1
|
||||
\v 58 হে প্ৰভু, তুমি মোৰ প্ৰাণৰ অভিযোগ প্ৰতিবাদ কৰিলা; তুমি মোৰ জীৱন মুক্ত কৰিলা।
|
||||
\q
|
||||
\v 59 হে যিহোৱা, তেওঁলোকে মোলৈ কৰা অন্যায় তুমি দেখিছা; মোৰ গোচৰ বিচাৰ কৰা।
|
||||
\q
|
||||
\q1
|
||||
\v 59 হে যিহোৱা, তেওঁলোকে মোলৈ কৰা অন্যায় তুমি দেখিছা; মোৰ গোচৰ বিচাৰ কৰা।
|
||||
\q1
|
||||
\v 60 তেওঁলোকৰ আটাই প্ৰতিকাৰৰ কাৰ্য আৰু মোৰ অহিতে কৰা তেওঁলোকৰ সকলো আলচ তুমি দেখিলা।
|
||||
\q
|
||||
\q1
|
||||
\v 61 হে যিহোৱা, তেওঁলোকৰ ধিক্কাৰ আৰু মোৰ অহিতে কৰা তেওঁলোকৰ সকলো আলোচনা তুমি শুনিলা।
|
||||
\q
|
||||
\s5
|
||||
\q1
|
||||
\v 62 তুমি মোৰ অহিতে উঠাবোৰৰ ওঁঠৰ বাক্য আৰু গোটেই দিন মোৰ বিৰুদ্ধে কৰা তেওঁলোকৰ কল্পনা শুনিলা।
|
||||
\q
|
||||
\v 63 তুমি তেওঁলোকৰ বহা আৰু উঠা দেখা; মই তেওঁলোকৰ ঠাট্টাৰ গানৰ বিষয়।
|
||||
\q
|
||||
\q1
|
||||
\v 63 তুমি তেওঁলোকৰ বহা আৰু উঠা দেখা; মই তেওঁলোকৰ ঠাট্টাৰ গানৰ বিষয়।
|
||||
\s5
|
||||
\v 64 হে যিহোৱা, তেওঁলোকৰ হাতৰ কাৰ্য্য অনুসাৰে তুমি তেওঁলোকক প্ৰতিফল দিয়া।
|
||||
\q
|
||||
\q1
|
||||
\v 64 হে যিহোৱা, তেওঁলোকৰ হাতৰ কাৰ্য অনুসাৰে তুমি তেওঁলোকক প্ৰতিফল দিয়া।
|
||||
\q1
|
||||
\v 65 তুমি তেওঁলোকক মনৰ জঠৰতা প্ৰদান কৰা; তোমাৰ শাও তেওঁলোকৰ ওপৰত পৰক।
|
||||
\q
|
||||
\v 66 তুমি ক্ৰোধত তেওঁলোকৰ পাছে পাছে খেদি যোৱা আৰু যিহোৱাৰ আকাশ-মণ্ডলৰ তলৰ পৰা তেওঁলোকক উচ্ছন্ন কৰা।
|
||||
\q1
|
||||
\v 66 তুমি ক্ৰোধত তেওঁলোকৰ পাছে পাছে খেদি যোৱা আৰু যিহোৱাৰ আকাশমণ্ডলৰ তলৰ পৰা তেওঁলোকক উচ্ছন্ন কৰা।
|
||||
|
||||
\s5
|
||||
\c 4
|
||||
\s সকলো শ্ৰেণীৰ ইহুদীসকলৰ দুখ।
|
||||
\p
|
||||
\v 1 সুবৰ্ণ কেনে মলিন হল! অতি শুদ্ধ সোণ কেনে পৰিৱৰ্তন হ’ল।
|
||||
\q পবিত্ৰ পাথৰবোৰ প্ৰত্যেক আলিৰ মুৰত পেলোৱা হ’ল।
|
||||
\q
|
||||
\v 2 উত্তম সোণৰ তুল্য চিয়োনৰ বহুমূল্য পুত্ৰসকল কুমাৰৰ হাতৰ কৰ্ম মাটিৰ কলহ যেন কেনে গণ্য হ’ল!
|
||||
\q
|
||||
\q1 পবিত্ৰ পাথৰবোৰ প্ৰত্যেক আলিৰ মুৰত পেলোৱা হ’ল।
|
||||
\q1
|
||||
\v 2 উত্তম সোণৰ তুল্য চিয়োনৰ বহুমূল্য পুত্ৰসকল কুমাৰৰ হাতৰ কৰ্ম মাটিৰ কলহ যেন কেনে গণ্য হ’ল!
|
||||
\s5
|
||||
\v 3 শিয়ালবোৰেও নিজ নিজ পোৱালিবোৰক পিয়াহ দি প্ৰতিপালনকাৰিণী হয়,
|
||||
\q কিন্তু মোৰ নিজৰ লোকসকলৰ জীয়ৰীসকলে হ’লে অৰণ্যত থকা উট পক্ষীৰ নিচিনা নিষ্ঠুৰ হ’ল।
|
||||
\q
|
||||
\q1
|
||||
\v 3 শিয়ালবোৰেও নিজ নিজ পোৱালিবোৰক পিয়াহ দি প্ৰতিপালনকাৰিণী হয়,
|
||||
\q1 কিন্তু মোৰ নিজৰ লোকসকলৰ জীয়ৰীসকলে হলে অৰণ্যত থকা উট পক্ষীৰ নিচিনা নিষ্ঠুৰ হ’ল।
|
||||
\s5
|
||||
\v 4 পিয়াহ খোৱা কেঁচুৱাৰ জিবা পিয়াহত তালুত লাগিল;
|
||||
\q শিশুসকলে পিঠা খুজিছে, কিন্তু কোনেও তেওঁলোকক দিয়া নাই।
|
||||
\q
|
||||
\q1
|
||||
\v 4 পিয়াহ খোৱা কেঁচুৱাৰ জিভা পিয়াহত তালুত লাগিল;
|
||||
\q1 শিশুসকলে পিঠা খুজিছে, কিন্তু কোনেও তেওঁলোকক দিয়া নাই।
|
||||
\q1
|
||||
\v 5 সুখাদ্য খোৱাসকলে আলিত অনাথ হৈ পৰি আছে;
|
||||
\q ৰঙা বিছনাত শুই ডাঙৰ-দীঘল হোৱা সকলে গোবৰৰ দ’ম সাবটিছে।
|
||||
\q
|
||||
\q1 ৰঙা বিচনাত শুই ডাঙৰ-দীঘল হোৱা সকলে গোবৰৰ দম সাবটিছে।
|
||||
\s5
|
||||
\v 6 মোৰ জাতিস্বৰূপা জীয়ৰী সকলৰ অপৰাধ, সেই চদোমৰ পাপতকৈয়ো অধিক,
|
||||
\q যি চদোম মুহুৰ্ত্ততে বিনষ্ট হৈছিল, যদিও কোনো হাতে তাইক ক্ষতিগ্ৰস্ত কৰা নাছিল।
|
||||
\q
|
||||
\q1
|
||||
\v 6 মোৰ জাতিস্বৰূপা জীয়ৰী সকলৰ অপৰাধ, সেই চদোমৰ পাপতকৈয়ো অধিক,
|
||||
\q1 যি চদোম মুহুৰ্ত্ততে বিনষ্ট হৈছিল, যদিও কোনো হাতে তাইক ক্ষতিগ্ৰস্ত কৰা নাছিল।
|
||||
\s5
|
||||
\v 7 তেওঁৰ প্ৰধান লোকসকল হিমতকৈয়ো নিৰ্ম্মল, এঁৱা গাখীৰতকৈয়ো বগা আছিল।
|
||||
\q তেওঁলোকৰ গা পদ্মৰাগ মণিতকৈয়ো ৰঙা আছিল; তেওঁলোকৰ উজ্বলতা নীলকান্ত মণিৰ সদৃশ আছিল।
|
||||
\q
|
||||
\v 8 এতিয়া তেওঁলোকৰ মুখ আঙৰতকৈ ক’লা হ’ল, আৰু তেওঁলোকক আলিবাটত চিনি পোৱা নাযায়।
|
||||
\q তেওঁলোকৰ ছাল হাড়ত লাগিল। ই শুকাই কাঠ যেন হ’ল।
|
||||
\q
|
||||
\q1
|
||||
\v 7 \f + \ft যিৰূচালেম \f* তেওঁৰ প্ৰধান লোকসকল হিমতকৈয়ো নিৰ্ম্মল, এঁৱা গাখীৰতকৈয়ো বগা আছিল।
|
||||
\q1 তেওঁলোকৰ গা পদ্মৰাগ মণিতকৈয়ো ৰঙা আছিল; তেওঁলোকৰ উজ্বলতা নীলকান্ত মণিৰ সদৃশ আছিল।
|
||||
\q1
|
||||
\v 8 এতিয়া তেওঁলোকৰ মুখ এঙাৰতকৈ ক’লা হ’ল, আৰু তেওঁলোকক আলিবাটত চিনি পোৱা নাযায়।
|
||||
\q1 তেওঁলোকৰ ছাল হাড়ত লাগিল। ই শুকাই কাঠ যেন হ’ল।
|
||||
\s5
|
||||
\q1
|
||||
\v 9 ভোকত মৰা লোকতকৈ তৰোৱালৰ দ্বাৰাই হত হোৱা লোক ধন্য,
|
||||
\q কিয়নো তেওঁলোক পথাৰত উৎপন্ন হোৱা শস্যৰ অভাৱত ভোকৰূপ তৰোৱালেৰে খোঁচা যেন হৈ ক্ষীণাই গৈছে।
|
||||
\q
|
||||
\q1 কিয়নো তেওঁলোক পথাৰত উৎপন্ন হোৱা শস্যৰ অভাৱত ভোকৰূপ তৰোৱালেৰে খোচা যেন হৈ ক্ষীণাই গৈছে।
|
||||
\q1
|
||||
\v 10 স্নেহৱতী মহিলাসকলে নিজ হাতেৰে নিজ নিজ সন্তান সিজালে;
|
||||
\q মোৰ জাতিস্বৰূপা জীয়াৰীৰ সংহাৰৰ কালত সিহঁত তেওঁলোকৰ খোৱা বস্তু যেন হৈছে।
|
||||
\q
|
||||
\q1 মোৰ জাতিস্বৰূপা জীয়াৰীৰ সংহাৰৰ কালত সিহঁত তেওঁলোকৰ খোৱা বস্তু যেন হৈছে।
|
||||
\s5
|
||||
\v 11 যিহোৱাই নিজৰ ক্ৰোধ সিদ্ধ কৰিলে, নিজৰ প্ৰচণ্ড ক্ৰোধ বৰষালে; তেওঁ চিয়োনত
|
||||
\q জুই জ্বলালে, সেয়ে তাৰ ভিত্তিমূলবোৰ গ্ৰাস কৰিলে।
|
||||
\q
|
||||
\q1
|
||||
\v 11 যিহোৱাই নিজৰ ক্ৰোধ সিদ্ধ কৰিলে, নিজৰ প্ৰচণ্ড ক্ৰোধ বৰষালে; তেওঁ চিয়োনত
|
||||
\q1 জুই জ্বলালে, সেয়ে তাৰ ভিত্তিমূলবোৰ গ্ৰাস কৰিলে।
|
||||
\s5
|
||||
\v 12 ইয়াক পৃথিৱীৰ ৰজাসকলে নাইবা আটাই জগত নিবাসীয়ে বিশ্বাস নকৰিব
|
||||
\q যে, শত্ৰু আৰু বৈৰী যিৰূচালেমৰ দুৱাৰত সোমাব পাৰে।
|
||||
\q
|
||||
\v 13 সেই ভাববাদীসকলৰ পাপৰ আৰু সেই পুৰোহিতসকলৰ অপৰাধৰ বাবে এয়ে ঘটিল
|
||||
\q তাৰ যি ভাববাদীসকলে আৰু তাৰ যি পুৰোহিতসকলে তাৰ ভিতৰত ধাৰ্ম্মিকসকলৰ ৰক্তপাত কৰিছিল।
|
||||
\q
|
||||
\q1
|
||||
\v 12 ইয়াক পৃথিৱীৰ ৰজাসকলে নাইবা আটাই জগত নিবাসীয়ে বিশ্বাস নকৰিব
|
||||
\q1 যে, শত্ৰু আৰু বৈৰী যিৰূচালেমৰ দুৱাৰত সোমাব পাৰে।
|
||||
\q1
|
||||
\v 13 সেই ভাববাদীসকলৰ পাপৰ আৰু সেই পুৰোহিতসকলৰ অপৰাধৰ বাবে এয়ে ঘটিল
|
||||
\q1 তাৰ যি ভাববাদীসকলে আৰু তাৰ যি পুৰোহিতসকলে তাৰ ভিতৰত ধাৰ্মিকসকলৰ ৰক্তপাত কৰিছিল।
|
||||
\s5
|
||||
\v 14 সিহঁতে অন্ধলোকসকলৰ দৰে আলিত ভ্ৰমণ কৰিছিল। সিহঁত তেজেৰে এনেকৈ অশুচি হৈছিল,
|
||||
\q যে, লোকসকলে সিহঁতৰ কাপোৰ চুব নোৱাৰিছিল।
|
||||
\q
|
||||
\v 15 লোকসকলে সিহঁতক ৰিঙিয়াই কৈছিল, “গুচ, হে অশুচি, গুচ, গুচ, নুচুবি!”
|
||||
\q সিহঁতে পলাই ভ্ৰমণ কৰোঁতে, লোকসকলে জাতিবোৰৰ মাজত কৈছিল, “সিহঁত এই ঠাইত পুনৰ বিদেশী হৈ নাথাকিব!”
|
||||
\q
|
||||
\q1
|
||||
\v 14 সিহঁতে অন্ধ লোকসকলৰ দৰে আলিত ভ্ৰমণ কৰিছিল। সিহঁত তেজেৰে এনেকৈ অশুচি হৈছিল,
|
||||
\q1 যে, লোকসকলে সিহঁতৰ কাপোৰ চুব নোৱাৰিছিল।
|
||||
\q1
|
||||
\v 15 লোকসকলে সিহঁতক ৰিঙিয়াই কৈছিল, “গুচ, হে অশুচি, গুচ, গুচ, নুচুবি!”
|
||||
\q1 সিহঁতে পলাই ভ্ৰমণ কৰোতে, লোকসকলে জাতিবোৰৰ মাজত কৈছিল, “সিহঁত এই ঠাইত পুনৰ বিদেশী হৈ নাথাকিব!”
|
||||
\s5
|
||||
\q1
|
||||
\v 16 যিহোৱাৰ ক্ৰোধে সিহঁতক ছিন্ন-ভিন্ন কৰিলে; তেওঁ সিহঁতলৈ পুনৰ দৃষ্টি নকৰিব।
|
||||
\q লোক সকলে সেই পুৰোহিতসকলক সন্মান নকৰিলে, সেই বৃদ্ধসকলক দয়া নকৰিলে।
|
||||
\q
|
||||
\q1 লোক সকলে সেই পুৰোহিতসকলক সন্মান নকৰিলে, সেই বৃদ্ধসকলক দয়া নকৰিলে।
|
||||
\s5
|
||||
\v 17 আমি সহায়ৰ বাবে বৃথা আশা কৰোতে, আমাৰ চকু দুর্বল হৈ গ’ল,
|
||||
\q ৰক্ষা কৰিব নোৱাৰা এক জাতিৰ বাবে আমি আমাৰ প্ৰহৰী-ঘৰত চাই আছিলো।
|
||||
\q
|
||||
\q1
|
||||
\v 17 আমি সহায়ৰ বাবে বৃথা আশা কৰোঁতে, আমাৰ চকু দুর্বল হৈ গল,
|
||||
\q1 ৰক্ষা কৰিব নোৱাৰা এক জাতিৰ বাবে আমি আমাৰ প্ৰহৰী ঘৰত চাই আছিলোঁ।
|
||||
\q1
|
||||
\v 18 শত্ৰুবোৰে আমাৰ খোজলৈ এনেকৈ খাপ দি আছিল যে,
|
||||
\q আমাৰ চকবোৰত আমি ফুৰিব নোৱাৰিলোঁ। আমাৰ অন্তিম ওচৰ, আমাৰ দিন ওৰ পৰিল; কিয়নো আমাৰ অন্তিম উপস্থিত।
|
||||
\q
|
||||
\q1 আমাৰ চকবোৰত আমি ফুৰিব নোৱাৰিলো। আমাৰ অন্তিম ওচৰ, আমাৰ দিন ওৰ পৰিল; কিয়নো আমাৰ অন্তিম উপস্থিত।
|
||||
\s5
|
||||
\v 19 আমাৰ পাছে পাছে খেদি অহাবোৰ আকাশৰ কুৰ (ঈগল) পক্ষীতকৈও বেগী আছিল।
|
||||
\q সিহঁতে পৰ্ব্বতত আমাক ধৰোঁধৰোঁকৈ খেদিলে, সিহঁতে মৰুপ্রান্তত আমাৰ বাবে খাপ দিলে।
|
||||
\q
|
||||
\v 20 আমাৰ নাকৰ নিশ্বাসস্বৰূপ যিহোৱাৰ সেই অভিষিক্ত জনক সিহঁতৰ গাঁতত ধৰা হ’ল,
|
||||
\q যি জনৰ বিষয়ে আমি কৈছিলোঁ, “জাতি সমূহৰ মাজত আমি তেওঁৰ ছাঁত জীয়াই থাকিম।”
|
||||
\q
|
||||
\q1
|
||||
\v 19 আমাৰ পাছে পাছে খেদি অহাবোৰ আকাশৰ কুৰ \f + \ft কুৰ ঈগল \f* পক্ষীতকৈও বেগী আছিল।
|
||||
\q1 সিহঁতে পৰ্ব্বতত আমাক ধৰোঁধৰোঁকৈ খেদিলে, সিহঁতে মৰুপ্রান্তত আমাৰ বাবে খাপ দিলে।
|
||||
\q1
|
||||
\v 20 আমাৰ নাকৰ নিশ্বাসস্বৰূপ যিহোৱাৰ সেই অভিষিক্ত জনক সিহঁতৰ গাতত ধৰা হ’ল,
|
||||
\q1 যি জনৰ বিষয়ে আমি কৈছিলো, “জাতি সমূহৰ মাজত আমি তেওঁৰ ছাঁত জীয়াই থাকিম।”
|
||||
\s5
|
||||
\v 21 হে উজ দেশীয় ইদোম নিবাসিনী জীয়ৰী সকল উল্লাস কৰা আৰু আনন্দিত হোৱা,
|
||||
\q কাৰণ পান-পাত্ৰটি পাৰ হৈ তোমাৰ ওচৰলৈকো যাব। তাতে তুমি মতলীয়া হৈ নিজকে বিবস্ত্ৰ কৰিবা।
|
||||
\q
|
||||
\v 22 হে চিয়োন-জীয়াৰী, তোমাৰ অপৰাধৰ দণ্ড সম্পূৰ্ণ হ’ল; তেওঁ পুনৰ তোমাক বন্দী অৱস্থালৈ নিনিব।
|
||||
\q কিন্তু হে ইদোম-জীয়াৰী, তেওঁ তোমাৰ অপৰাধৰ প্ৰতিফল দিব; তেওঁ তোমাৰ পাপ প্ৰকাশ কৰিব।
|
||||
\q1
|
||||
\v 21 হে উচ দেশীয় ইদোম নিবাসিনী জীয়ৰী সকল উল্লাস কৰা আৰু আনন্দিত হোৱা,
|
||||
\q1 কাৰণ পানপাত্ৰটি পাৰ হৈ তোমাৰ ওচৰলৈকো যাব। তাতে তুমি মতলীয়া হৈ নিজকে বিবস্ত্ৰ কৰিবা।
|
||||
\q1
|
||||
\v 22 হে চিয়োন জীয়াৰী, তোমাৰ অপৰাধৰ দণ্ড সম্পূৰ্ণ হ’ল; তেওঁ পুনৰ তোমাক বন্দী অৱস্থালৈ নিনিব।
|
||||
\q1 কিন্তু হে ইদোম জীয়াৰী, তেওঁ তোমাৰ অপৰাধৰ প্ৰতিফল দিব; তেওঁ তোমাৰ পাপ প্ৰকাশ কৰিব।
|
||||
|
||||
\s5
|
||||
\c 5
|
||||
\s চিয়োনে ভোগ কৰা নানা অপমান আৰু তেওঁৰ প্ৰাৰ্থনা
|
||||
\p
|
||||
\v 1 হে যিহোৱা, আমালৈ যি ঘটিল, তাক সোঁৱৰণ কৰা।
|
||||
\q দৃষ্টি কৰা আৰু আমাৰ অপমান চোৱা।
|
||||
\q
|
||||
\v 2 আমাৰ আধিপত্য বিদেশীসকলৰ হাতলৈ গ’ল;
|
||||
\q আমাৰ ঘৰবোৰ বিজাতীয় সকলৰ অধিকাৰলৈ গ’ল।
|
||||
\q
|
||||
\v 3 আমি অনাথ আৰু পিতৃহীন হলোঁ,
|
||||
\q আমাৰ মাতৃসকল বিধৱা যেন হ’ল।
|
||||
\q
|
||||
\v 4 আমাৰ পানী আমি ধন দি পান কৰোঁ
|
||||
\q আৰু আমাৰ খৰি আমি দাম দি কিনো।
|
||||
\q
|
||||
\q1 দৃষ্টি কৰা আৰু আমাৰ অপমান চোৱা।
|
||||
\q1
|
||||
\v 2 আমাৰ আধিপত্য \f + \ft ঘৰ আৰু সম্পত্তিৰ অধিকাৰ \f* বিদেশীসকলৰ হাতলৈ গল;
|
||||
\q1 আমাৰ ঘৰবোৰ বিজাতীয়সকলৰ অধিকাৰলৈ গল।
|
||||
\q1
|
||||
\v 3 আমি অনাথ আৰু পিতৃহীন হলো,
|
||||
\q1 আমাৰ মাতৃসকল বিধৱা যেন হ’ল।
|
||||
\q1
|
||||
\v 4 আমাৰ পানী আমি ধন দি পান কৰো
|
||||
\q1 আৰু আমাৰ খৰি আমি দাম দি কিনো।
|
||||
\s5
|
||||
\v 5 আমাৰ তাড়নাকাৰীবোৰে আমাৰ ডিঙিত যুৱলি লগাইছে।
|
||||
\q আমি শ্ৰান্ত হলোঁ আৰু অলপো বিশ্ৰাম নাপাওঁ।
|
||||
\q
|
||||
\v 6 আমি মিচৰীয়াহঁতৰ ফালে হাত মেলিলো,
|
||||
\q আৰু আহাৰেৰে তৃপ্ত হ’বৰ বাবে অচূৰীয়াহঁতলৈ হাতযোৰ কৰিলোঁ।
|
||||
\q
|
||||
\v 7 আমাৰ পূৰ্ব্ব-পুৰুষসকলে পাপ কৰিলে, আৰু তেওঁলোক এতিয়া নাই,
|
||||
\q আমি তেওঁলোকৰ অপৰাধৰ ভাৰ বৈছোঁ।
|
||||
\q
|
||||
\q1
|
||||
\v 5 আমাৰ তাড়নাকাৰীবোৰে আমাৰ ডিঙিত যুঁৱলি লগাইছে।
|
||||
\q1 আমি শ্ৰান্ত হলো আৰু অলপো বিশ্ৰাম নাপাওঁ।
|
||||
\q1
|
||||
\v 6 আমি মিচৰীয়াহঁতৰ ফালে হাত মেলিলো,
|
||||
\q1 আৰু আহাৰেৰে তৃপ্ত হবৰ বাবে অচূৰীয়াহঁতলৈ হাতযোৰ কৰিলো।
|
||||
\q1
|
||||
\v 7 আমাৰ পূৰ্বপুৰুষসকলে পাপ কৰিলে, আৰু তেওঁলোক এতিয়া নাই,
|
||||
\q1 আমি তেওঁলোকৰ অপৰাধৰ ভাৰ বৈছো।
|
||||
\s5
|
||||
\q1
|
||||
\v 8 আমাৰ ওপৰত বন্দীবোৰে শাসন কৰে, তেওঁলোকৰ হাতৰ পৰা আমাক উদ্ধাৰ কৰোঁতা কোনোৱেই নাই।
|
||||
\q
|
||||
\v 9 আমাৰ প্ৰাণৰ সংশয়েৰেহে আমি আমাৰ আহাৰ আনো,
|
||||
\q অৰণ্যৰ তৰোৱালৰ কাৰণে,
|
||||
\q1
|
||||
\v 9 আমাৰ প্ৰাণৰ সংশয়েৰেহে আমি আমাৰ আহাৰ আনো,
|
||||
\q1 অৰণ্যৰ তৰোৱালৰ কাৰণে,
|
||||
\v 10 দুৰ্ভিক্ষৰ জ্বলন্ত তাপৰ কাৰণে;
|
||||
\q আমাৰ ছাল তন্দুৰৰ নিচিনাকৈ জ্বলে।
|
||||
\q
|
||||
\q1 আমাৰ ছাল তন্দুৰৰ নিচিনাকৈ জ্বলে।
|
||||
\s5
|
||||
\v 11 শত্ৰুবোৰে চিয়োনত মহিলাসকলক বলাৎকাৰ কৰিলে,
|
||||
\q সিহঁতে যিহূদা নগৰবোৰত কুমাৰীসকলক ভ্ৰষ্টা কৰিলে।
|
||||
\q
|
||||
\q1
|
||||
\v 11 শত্ৰুবোৰে চিয়োনত মহিলাসকলক বলাৎকাৰ কৰিলে,
|
||||
\q1 সিহঁতে যিহূদা নগৰবোৰত কুমাৰীসকলক ভ্ৰষ্টা কৰিলে।
|
||||
\q1
|
||||
\v 12 প্ৰধান লোকসকলক হাতত ডোল লগাই ওলোমাই দিয়া হ’ল,
|
||||
\q বৃদ্ধাসকলৰ মুখক আদৰ কৰা নহ’ল।
|
||||
\q
|
||||
\q1 বৃদ্ধাসকলৰ মুখক আদৰ কৰা নহল।
|
||||
\s5
|
||||
\q1
|
||||
\v 13 ডেকাসকলে জাঁত-শিল বলে,
|
||||
\q আমাৰ লৰাসকলে খৰিৰ ভৰত উজুটি খালে।
|
||||
\q
|
||||
\q1 আমাৰ লৰাসকলে খৰিৰ ভৰত উজুটি খালে।
|
||||
\q1
|
||||
\v 14 বৃদ্ধসকলে ঘৰ-দুৱাৰ ত্যাগ কৰিলে,
|
||||
\q ডেকাসকলে গানবাদ্য এৰিলে।
|
||||
\q
|
||||
\q1 ডেকাসকলে গানবাদ্য এৰিলে।
|
||||
\s5
|
||||
\v 15 আমাৰ মনৰ উল্লাস গ’ল;
|
||||
\q আমাৰ নাচবাগ গুচি শোক হ’ল।
|
||||
\q
|
||||
\q1
|
||||
\v 15 আমাৰ মনৰ উল্লাস গল;
|
||||
\q1 আমাৰ নাচবাগ গুচি শোক হ’ল।
|
||||
\q1
|
||||
\v 16 আমাৰ মুৰৰ পৰা মুকুটটি খহি পৰিল!
|
||||
\q আমাৰ সন্তাপ হ’ল! কিয়নো আমি পাপ কৰিলোঁ!
|
||||
\q
|
||||
\q1 আমাৰ সন্তাপ হ’ল! কিয়নো আমি পাপ কৰিলো!
|
||||
\s5
|
||||
\q1
|
||||
\v 17 এই কাৰণে আমাৰ অন্তৰ পীড়িত হ’ল,
|
||||
\q এইবোৰৰ বাবে আমাৰ চকু দুৰ্ব্বল হ’ল,
|
||||
\q
|
||||
\v 18 কিয়নো চিয়োন পৰ্ব্বতক ধ্ৱংস কৰা হ’ল, তাৰ ওপৰত শিয়ালবোৰ ফুৰে।
|
||||
\q
|
||||
\q1 এইবোৰৰ বাবে আমাৰ চকু দুৰ্ব্বল হ’ল,
|
||||
\q1
|
||||
\v 18 কিয়নো চিয়োন পৰ্ব্বতক ধ্বংস কৰা হ’ল, তাৰ ওপৰত শিয়ালবোৰ ফুৰে।
|
||||
\s5
|
||||
\q1
|
||||
\v 19 হে যিহোৱা, তুমি চিৰকাললৈকে আছা,
|
||||
\q তোমাৰ সিংহাসন পুৰুষানুক্ৰমে আছে।
|
||||
\q
|
||||
\v 20 তুমি চিৰকাললৈকে আমাক কিয় পাহৰিলা?
|
||||
\q আৰু ইমান কাল আমাক কিয় ত্যাগ কৰিবা?
|
||||
\q
|
||||
\v 21 হে যিহোৱা, তোমালৈ আমাক উভতাই আনা, তেতিয়াহে আমি অনুতপ্ত হ’ম;
|
||||
\q আগৰ কালৰ নিচিনা আমাৰ দিন পুনৰায় কৰা,
|
||||
\q
|
||||
\q1 তোমাৰ সিংহাসন পুৰুষানুক্ৰমে আছে।
|
||||
\q1
|
||||
\v 20 তুমি চিৰকাললৈকে আমাক কিয় পাহৰিলা?
|
||||
\q1 আৰু ইমান কাল আমাক কিয় ত্যাগ কৰিবা?
|
||||
\q1
|
||||
\v 21 হে যিহোৱা, তোমালৈ আমাক উভতাই আনা, তেতিয়াহে আমি অনুতপ্ত হম;
|
||||
\q1 আগৰ কালৰ নিচিনা আমাৰ দিন পুনৰায় কৰা,
|
||||
\q1
|
||||
\v 22 যদিহে তুমি আমাক সম্পূৰ্ণকৈ ত্যাগ কৰা নাই,
|
||||
\q আৰু আমাৰ অহিতে অতিশয় ক্ৰুদ্ধ হোৱা নাই!
|
||||
\q1 আৰু আমাৰ অহিতে অতিশয় ক্ৰুদ্ধ হোৱা নাই!
|
||||
|
|
3451
26-EZK.usfm
3451
26-EZK.usfm
File diff suppressed because it is too large
Load Diff
Loading…
Reference in New Issue